নিউজ ডেস্ক: টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া আসন্ন টেষ্ট, এদিনীয়া আৰু টি- ২০ শৃংখলাৰ সময়সূচী ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজে। ৱেষ্ট ইণ্ডিজ ক্রিকেট ব’র্ডে ঘোষণা কৰা সময়সূচী অনুসৰি অহা ১২- ১৬ জুলাইত ড’মিনিকাত দুয়ো দেশৰ মাজত প্ৰথমখন টেষ্ট অনুষ্ঠিত হ’ব। ৱেষ্ট ইণ্ডিজ ভ্ৰমণকালত টীম ইণ্ডিয়াই দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচত ভাগ ল’ব। শৃংখলাৰ দ্বিতীয়খন […]