নিউজ ডেস্ক : ক’ভিডৰ ফলত বিদ্যালয়সমূহ বন্ধ থকাৰ মাজতে নাগালেণ্ডৰ এটি শিশুয়ে মাত্ৰ ৮ বছৰ বয়সতে এপ তৈয়াৰ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ডিমাপুৰৰ হ’ল’টলি স্কুলৰ জায়িগুম জেলিয়াং (Zaiyigum Zeliang) নামৰ ছাত্ৰজনে ক’ভিডৰ বাবে বিদ্যালয় বন্ধ থকা সময়ছোৱাত ছফ্টৱেৰ ক’ডিঙৰ শিক্ষা গ্ৰহণ কৰি নিজাববীয়াকৈ এটা এপ তৈয়াৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান জায়িগুমে নাগালেণ্ডৰ আটাইতকৈ […]