Posted inঅসম

জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটিত টিজ উৎসৱ পালন

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পানপুৰৰ পুৰণি ভেটি প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে টিজ উৎসৱ পালন কৰে ৷ উল্লেখ্য যে, বাৰিষা খেতি পথাৰ সামৰাৰ অন্তত গোৰ্খা সম্প্ৰদায়ৰ বিয়া দিয়া জীয়ৰী সকলক মাতৃৰ গৃহলৈ মাতি আনি পিতৃ-মাতৃয়ে এসাজ ভালকৈ আনন্দ ফূৰ্টিৰে আপ্যায়ন কৰাটো এই উৎসৱৰ এক প্ৰধান উদ্দেশ্য ৷ গোৰ্খা সম্প্ৰদায়ৰ সকলো জীয়ৰী পিতৃ গৃহত […]