Posted inতথ্য-প্ৰযুক্তি

৬০ বছৰৰ পিছত NOKIA ৰ ল’গ’ সলনি

নিউজ ডেস্কঃ স্মাৰ্টফোন আৰু টেলিকমৰ সঁজুলি নিৰ্মাতা NOKIA য়ে প্ৰায় 60 বছৰৰ পিছত নিজৰ ল’গ’ সলনি কৰিলে। বাৰ্চিলোনাত বাৰ্ষিক ম’বাইল ৱৰ্ল্ড কংগ্ৰেছৰ পূৰ্বে দেওবাৰে মুখ্য কাৰ্যবাহী বিষয়া পেক্কা লুণ্ডমাৰ্কে নতুন লোগোটো মুকলি কৰে। লগতে, প্ৰতিষ্ঠানটোৱে ইয়াৰ ব্ৰেণ্ড পৰিচয় সলনি কৰা আৰু বিকাশৰ ওপৰত আক্ৰমণাত্মকভাৱে মনোনিৱেশ কৰাৰ পৰিকল্পনাও ঘোষণা কৰে। নতুন ল’গ’টোত নকিয়া শব্দটো গঠন কৰা […]