Posted inউত্তৰ-পূৱ

নাগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত নাগামিজ ভাষাৰে মোদীৰ ভাষণ আৰম্ভ

নিউজ ডেস্কঃ নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যখনত উপস্থিত হয়। নাগালেণ্ডৰ ছুমুকেডিমাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মোদীয়ে নাগামিজ ভাষাৰে ভাষণ আৰম্ভ কৰি কয়, “নমস্কাৰ, আপনাখান কেনেকা আছে?” ভাষণত মোদীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছে কেৱল উত্তৰ-পূবক এটিএমৰ দৰে ব্যৱহাৰ কৰিছিল। কিন্তু আমি উত্তৰ-পূবৰ ৰাজ্যসমূহক অষ্টলক্ষ্মী হিচাপে মানো বুলি প্ৰধানমন্ত্ৰীয়ে কয়। কংগ্ৰেছে […]