Posted inক্ৰীড়া

অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযােগিতাৰ সফল সামৰণি

গুৱাহাটী : অসম টেনিছ সন্থাৰ উদ্যোগত মহানগৰীৰ চচল টেনিছ প্রকল্প অনুষ্ঠিত হােৱা ১৪ বছৰ অনুর্ধ অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্রীয় টেনিছ প্রতিযােগিতাৰ আজি সফল সামৰণি পৰিছে। উল্লেখ্য যে প্রতিযােগিতাত ল’ৰাৰ শাখাত গুজৰাটৰ বাজ গহিলে আৰু ছােৱালীৰ শাখাত মহাৰাষ্ট্রৰ নাইনিকা ৰেড্ডী বেণ্ডৰামে দ্বিমুকুট অর্জন কৰিবলৈ সক্ষম হৈছে। আজি অনুষ্ঠিত হােৱা ল’ৰাৰ একক শাখাৰ ফাইনেলত শীর্ষ বাচনিৰ […]