Posted inঅসম

ক’ভিড আক্ৰান্তৰ মাজত খাদ্যসামগ্ৰী বিতৰণ টীয়কৰ তুষাৰৰ

স্মৃতি ৰেখা লাহন, টীয়ক: মানুহে মানুহৰ বাবে কথাষাৰ শিৰুগত কৰি টীয়কৰ চেলেংহাটৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে বৰ্তমান কভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কন্টেইভেন্ট জ’ন ঘোষণা কৰা বিভিন্ন অঞ্চলত আৰ্তসকলক সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিৰ্দশন দাঙি ধৰিছে। টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱখনত কভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে প্ৰশাসনে মূল পথত দাং মাৰি কন্টেইনমেন্ট […]