টীয়ক: দিনদুপৰতে টীয়কত তলা ভাঙি চোৰে চলালে লুটপাত। কিছু দিনৰ পৰা টীয়ক নগৰখন যেন চোৰৰ ৰম্যভূমিত পৰিণত হৈছে।বিগত মাহটোত প্ৰায় ১০ টাকৈ সৰু বৰ চুৰি ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ আজি পুনৰ দিন দুপৰতে টীয়ক হলি ফ্লাৱাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সমীপত চোৰে লুট পাত চলাই। নামৰ চিকিৎসা কৰ্মী তৰু বৰা কৰ্মৰত অৱস্থাত থকাৰ সময়ত ঘৰত কোনো […]
Tag: Teok Police
Posted inঅসম