Posted inঅসম

টীয়কত জোনাবৰ কামনাৰ বলি ৮ বছৰীয়া কিশোৰী

টীয়ক : যোৰহাট জিলাৰ টীয়কৰ চেলেংহাটত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পট জোনাবৰ কামনাৰ বলি হোৱা ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে চেলেংহাটৰ ডালিম বস্তি মছজিদৰ জোনাব ফাৰুক আহমেদে বুধবাৰে দিন দুপৰতে এগৰাকী ৮ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্য্যাতন চলায়। কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি অভিযুক্ত ফাৰুক আহমেদে পইচা দি ফুচুলাই মছজিদৰ ভিতৰলৈ […]