Posted inশিক্ষা

টীয়কৰ ৰাজৈ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰনোজ পেগুৰ

টীয়ক, স্মৃতি প্ৰিয়া লাহন: শিক্ষা মন্ত্ৰী, যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৱে আজি টীয়ক সমষ্টিৰ ৰাজৈ চাহ বাগিচাত স্থাপন কৰা নৱ নিৰ্মিত ৰাজৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আদি উপস্থিত থাকে। […]