টীয়কঃ টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাউ দাউকৈ জ্বলিল টেংকাৰ। টীয়কৰ কলিয়াপানী তিনিআলিত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাগ্ৰস্থ টেংকাৰখনৰ নম্বৰ এ এছ ১১ বিচি ০৫৭৫। ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হৈছে। জানিব পৰা মতে উক্ত টেংকাৰখনে কলিপানীৰ তিল ডিপোত ডিজেল আৰু পেট্ৰ’ল খালী কৰি শিৱসাগৰ অভিমুখে গৈ আছিল। ডিপুৰ পৰা […]