Posted inদেশ-বিদেশ

জম্মু-কাশ্মীৰৰ পুলৱামাত সেনাৰে হোৱা সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ কাশ্মীৰত পুনৰ উত্তেজনা। শুকুৰবাৰে পুৱা জম্মু -কাশ্মীৰৰ পুলৱামাত সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় তিনি সন্ত্ৰাসবাদী। বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা আনৱাৰ খানৰ জম্মু কাশ্মীৰ নৱগ্ৰামত থকা বাসগৃহত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল। সেই ঘটনাৰ পিছতেই সন্ত্ৰাসবাদীকেইজনৰ উপস্থিতিৰ তথ্য লাভ কৰি কাকাপৰা অঞ্চলত বৃহস্পতিবাৰৰ পুৱতি নিশাৰ পৰা সেনা, আৰক্ষী আৰু চি আৰ পি এফে যৌথ […]