নিউজ ডেস্কঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে স্পষ্ট ৰূপত সন্ত্ৰাসবাদক সমগ্ৰ বিশ্ববাসীৰ বাবে আটাইতকৈ ডাঙৰ শংকা আৰু সমস্যা বুলি কয়। দিল্লীত UNSCৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ এক বৈঠকত তেওঁ কয় যে- ৰাষ্ট্ৰসংঘই পাৰ্যমানে চেষ্টা কৰাৰ পাছতো সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদৰ সমস্যা বৃদ্ধি পাইছে। লগতে তেওঁ কয়- ‘সমগ্ৰ বিশ্বৰ লগতে এছিয়া আৰু আফ্ৰিকাত সন্ত্ৰাসবাদৰ সমস্যা অধিক হাৰত […]