নিউজ ডেস্কঃ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আব্দুল ৰহমান মাক্কিক গ্লোবেল সন্ত্ৰাসবাদী ঘোষণা কৰিলে সংযুক্ত ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদে। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰৰ সন্ত্ৰাসবাদীটো ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ, ধন সংগ্ৰহ কৰা, হিংসাত্মক ঘটনা সংঘটিত কৰা আদি কাৰ্যৰে জড়িত বুলি কয় ইউএনএছচিয়ে। সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ এক সমিতিয়ে সোমবাৰে ৬৮ বছৰীয়া মাক্কিক বিশ্বৰ সন্ত্ৰাসবাদী তালিকাত অন্তৰ্ভুক্ত কৰে। উল্লেখ্য় […]