Posted inঅসম

তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা

তেজপুৰঃ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হৈছে মাহজোৰা বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা। একেৰাহে ২২ বছৰ ধৰি বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আয়োজন কৰি আহিছে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰবীণ শিল্পীৰ উপস্থিতিত জাতীয় শ্বহীদ বাকৰিত আছুৰ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত কেইবা শতাধিক শিশুৰ লগতে কিশোৰ-কিশোৰীয়ে অংশ গ্ৰহণ কৰে। কেবাগৰাকীও […]