Posted inঅসম

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২.৫ কোটি টকাৰ চিকিৎসা সামগ্ৰী দান সাংসদ ৰিপুন বৰাৰ

নিউজ ডেস্ক : ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই তেওঁৰ সাংসদ পুঁজিৰ পৰা মঙলবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত ২.৫ কোটি টকা মূল্যৰ আই চি ইউ বিছনা আৰু ভেন্টিলেটৰকে ধৰি বিভিন্ন চিকিৎসা সামগ্ৰী দান দিয়ে। আই চি ইউ বিছনা আৰু ভেণ্টিলেটৰ আদি দান কৰি বৰাই কয় যে এই সামগ্ৰী সমূহে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা […]