Posted inঅসম

তেজপুৰৰ কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা আৰক্ষী অনুৰূপা-ৰাজীব ক’ত হেৰাল

নিউজ ডেস্ক: যোৱা ৫ ছেপ্তেম্বৰত তেজপুৰৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ মৃত্যু হোৱা ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা আৰক্ষী দম্পত্তি যোৱা দহ দিন ধৰি পলাতক হৈ থকা বিষয়টোৱে আৰক্ষীৰ তদন্তক লৈ ৰাইজৰ মাজত সন্দেহ উপজিছে । দেৰগাঁও আৰক্ষী থানাৰ মহিলা কণিষ্টবল অনুৰূপা শইকীয়াৰ ভাৰাঘৰত বনকৰা ছোৱালী হিচাপে আছিল তেজপুৰ ন পামৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী […]