Posted inঅসম

তেজপুৰত নিজ ভাতৃক গুলীয়াই হত্যা কৰিলে ভাতৃয়ে

নিউজ ডেস্কঃ হোলী দিনাই তেজপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পাৰিবাৰিক কন্দলৰ বাবে নিজ জ্যেষ্ঠ ভাতৃৰ বন্দুকৰ গুলীত নিহত হ’ল কণিষ্ঠ ভাতৃ। অলক দাস নামৰ লোকজনে নিজ ভাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰে। বিষ্ণু দাস থিতাতে নিহত হয় গুলীৰ আঘাতত। অলক দাসে নিজৰ অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে এই হত্যা ঘটনাটো সম্পন্ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই […]