নিউজ ডেস্কঃ অসমৰ বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ মান উন্নীতকৰণৰ বাবে অসম চৰকাৰে মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। চলিত বৰ্ষৰ আইআইটি গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, আৰু এন আই টি শিলচৰত এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হৈছে। ইয়াৰে ১২০০ শিক্ষকৰ প্ৰশিক্ষণ তেজপুৰ বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে। আজি তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মুখ্য […]