Posted inদেশ-বিদেশ

নৈশ পাৰ্টি কৰি থাকোতেই ভয়ংকৰ ঘটনা, ১৩ জনৰ মৃত্যু

নিউজ ডেস্ক: থাইলেণ্ডৰ এটা নৈশ ক্লাবত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ১৩ জনকৈ লোক নিহত হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে। জানিব পৰা মতে শুকুৰবাৰে পুৱা প্ৰায় ১ বজাত থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা ১৫০ কিঃ মিঃ দক্ষিণত অৱস্থিত চোনবুৰি প্ৰদেশত থকা এটা নৈশ ক্লাবত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয়। নিহতসকলৰ ভিতৰত ৪ গৰাকী […]