Posted inদেশ-বিদেশ

মহাৰাষ্ট্ৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হৈ চাৰিগৰাকীৰ মৃত্যু

নিউজ ডেস্কঃ বুধবাৰে পুৱাতে মহাৰাষ্ট্ৰৰ থানেৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত চাৰিগৰাকী ৰোগীৰ মৃত্যু হয়।  পুৱা ৩.৪০ বজাত থানেৰ মুম্ব্ৰা অঞ্চলস্থিত প্ৰাইম ক্ৰিটিকেয়াৰ হস্পিতালত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। নিমিষতে এটা মহলাৰ পৰা আন এটা মহলালৈ বিয়পি পৰে […]