Posted inদেশ-বিদেশ

বিতৰ্কিত মন্তব্যৰ বাবে বিপদত চলচ্চিত্ৰ পৰিচালক বিবেক অগ্নিহোত্ৰী

নিউজ ডেস্ক: নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে বিপদত পৰিছে ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰি। মুম্বাইৰ এখন থানাত অগ্নিহোত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ এজন লোকে এজাহাৰ দাখিল কৰিছে। শনিবাৰে ভাৰ্ছোবা আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে সাংবাদিক তথা জনসংযোগ ব্যৱস্থাপক ৰোহিত পাণ্ডেয়ে তেওঁৰ অধিবক্তা আলী কাশ্বীফ খান দেশ্বমুখৰ হতুৱাই অগ্নিহোত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰখনত […]