Posted inঅসম

ক’ভিডৰ ফলত স্থবিৰ হৈ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈ কেতিয়া আহিব ভাল দিন?

নিউজ ডেস্ক : প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক, যোৱা ডেৰ বছৰে ক’ভিড মহামাৰীয়ে বিশ্বৰ প্ৰায় প্ৰতিজন লোককে প্ৰভাৱিত কৰিছে। মহামাৰীৰ ফলত প্ৰতিটো খণ্ডই ক্ষতিগ্ৰস্থ হৈছে। ক’ভিড মহামাৰীৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হোৱা এক ক্ষেত্ৰ হৈছে নাট্যজগতখন। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ ‘নাট্যনগৰী’ পাঠশালাও ইয়াৰ ব্যতিক্ৰম নহয়। ক’ভিড মহামাৰী আৰু লকডাউনে নাট্য শিল্পৰ প্ৰতি চৰম প্ৰত্যাহ্বান লৈ […]