Posted inNews

ধেমাজিত মালিক শুই থকা অৱস্থাতে দোকানৰ টিনপাত কাটি সোমাল চোৰ

ধেমাজি: আজি পুৱতি নিশা ধেমাজি চিনাইচুক স্থিত দিগন্ত সোণোৱাল নামৰ এজন লোকৰ দোকানত এক চুৰি কাণ্ড সংঘটিত হয়। লোকজনৰ দোকানখনত লগাই থোৱা চিচি টিভি কেমেৰাত বন্দী হয় চুৰি কাণ্ডৰ সমস্ত ঘটনা। দিগন্ত সোণোৱালে জনোৱা মতে নিশা প্ৰায় ১.২৫ বজাত তেওঁৰ সোণোৱাল ষ্টোৰ নামৰ দোকানখনত ওপৰৰ টিনপাত কাতি এজন চোৰে প্ৰৱেশ কৰি কাউণ্টাৰৰ পৰা ২ লাখৰো […]