Posted inঅসম

ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ২০ জানুৱাৰীত

গুৱাহাটী : ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ২০ জানুৱাৰীত। মুঠ ২২ টা সমষ্টিৰ বাবে ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন। ইতিমধ্যে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ উদ্দেশ্যে নিৰ্বাচনী আয়োগে জাৰি কৰিছে অধিসূচনা। নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি, প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ জমা দিয়া শেষ দিন ৩১ ডিচেম্বৰ আৰু […]