Posted inঅসম

মঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ

মঙ্গলদৈঃ মঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা অপৰাধী দুজন হবিবুৰ আৰু ৰাহাতুল্লা আলী। যোৱা ১ নৱেম্বৰৰ দিনা অপৰাধী দুজনে মঙলদৈ ৬ নং ৱাৰ্ডৰ ইছলামপুৰৰ পৰা গুৱাহাটীলৈ ভাড়া কৰি আনিছিল এখন ই-ৰিস্কা। ই-ৰিস্কা খনৰ চালকক নিচা জাতীয় দ্ৰব্য খুৱাই বৰপেটাৰৰ তাঁৰাবাৰীত ই-ৰিস্কা খন বিক্রী কৰে। উক্ত ঘটনা সংঘটিত হোৱাৰ ৭২ ঘন্টাৰ ভিতৰতে মঙ্গলদৈ […]