Posted inঅসম

উপ নিৰ্বাচন : কৃষ্ণ গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ মনোনয়ন দাখিল থাওৰা সমষ্টিত

নিউজ ডেস্ক : অহা ৩০ অক্টোবৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনকলৈ লৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে। বৃহস্পতিবাৰে থাওৰা সমষ্টিৰ ভাৰতীয় কমিউনিষ্ট দল (চি পি আই)-ৰ প্ৰাৰ্থী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে মনোনয়ন পত্ৰ দাখিল কৰে। দুয়োগৰাকী প্ৰাৰ্থীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত দলীয় সতীৰ্থসহ […]