নিউজ ডেস্কঃ পৃথিৱীত একে মুখাবয়বৰ কেইবাজনো লোক থাকে। কেতিয়াবা ৰাস্তাৰে গৈ থাকিলে অথবা যিকোনো ঠাইত কোনো আত্মীয় অথবা বন্ধু-বান্ধৱৰ লগত একে চেহেৰাৰ মিল থকা মানুহ দেখিবলৈ পোৱা যায়। ঠিক সেইদৰে কিছু বছৰ পূৰ্বে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এখন বিশেষ মুখে। বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে মিল থকা মুখাবয়ব দেখি সকলো আচৰিত হৈছিল। ৰাস্তাই […]