Posted inNews

মৰিয়নিত আঘাতপ্ৰাপ্ত মাইকী নাহৰফুটুকীৰ বোকাখাতত মৃত্যু

বোকাখাত, উত্তম কুমাৰ শৰ্মা: অৱশেষত বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত মৃত্যুক সাৱতিলে মৰিয়নি শিলিখা চাহ বাগিচাৰ পৰা উদ্ধাৰ কৰা মাইকী নাহৰফুটুকী বাঘজনীয়ে। ২৪ ফেব্ৰুৱাৰীত আঘাতপ্ৰাপ্ত নাহৰফুটুকী জনীক লৈ অহা হৈছিল বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ আৰু চিকিৎসাধীন অৱস্থাতে সোমবাৰে পূৱা ৬.৪৭ বজাত মৃত্যু বাঘজনীৰ হয়। সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত […]