Posted inNews

দিল্লীৰ আদালতৰ গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত টিল্লু তাজপুৰিয়া তিহাৰ কাৰাগাৰত মৃত্যু

নিউজ ডেস্ক- আজি পুৱা তিহাৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। দিল্লীৰ ৰোহিনী আদালতৰ গুলীচালনা কাণ্ডৰ অভিযুক্ত টিল্লু তাজপুৰিয়া এই সংঘৰ্ষতে মৃত্যু হয়। জানিব পৰা মতে, কাৰাগাৰৰ ভিতৰতে কাৰাবন্দীৰ মাজত হঠাৎ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষই স্বাভাৱিকতে আন কয়দীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল। সূত্ৰ অনুসৰি যোগেশ টুণ্ডা আৰু তেওঁৰ সহযোগীসকলে হঠাতে টিল্লু তাজপুৰীয়াত আক্ৰমণ চলায়। […]