Posted inঅসম

তিনিচুকীয়াত আৰক্ষীৰ গুলীত নিহত এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী, আটক তিনিজন

তিনিচুকীয়াঃ তিনিচুকীয়াত আৰক্ষীৰ গুলীত নিহত এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী। দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে টঙনা চেঙাপথাৰত অভিযান চলাইছিল। আৰক্ষী দেখি ড্ৰাগছ ব্যৱসায়ীৰ এটা দলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল। শিলেৰে আক্ৰমণ কৰাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ দলটোলৈ গুলীচালনা কৰে।আৰক্ষীৰ গুলীত এজন নিহত হয়। আৰক্ষীয়ে এই সন্দৰ্ভত কয়, ”এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে টঙনা গাঁৱৰ […]