Posted inঅসম

আলফা(স্বা)ত যোগদানৰ বাবে যোৱা তিনি যুৱকক আটক

আলফা(স্বাধীন)ত যোগদান কৰিবলৈ গৈ সেনাৰ জালত পৰিল ৩ যুৱক। সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ পথত সেনাৰ জালত পৰিল ৩ জনকৈ যুৱক । গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনাই তিনিচুকীয়াৰ অসম-অৰুণাচল সিমান্তৱৰ্তী ব্ৰহ্মাজানৰ পৰা আটক কৰে তিনিওজনকে। তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ব্ৰহ্মাজানৰ পৰা সেনাৰ ৰূপাই বেটেলিয়ানে যুৱক তিনিজনক আটক কৰিছে। ধৃত যুৱককেইজন হৈছে ধৃত কিশোৰ মৰাণ, […]