Posted inঅসম

আলফাৰ মহিলা সদস্য মিতু অসম অসম আৰক্ষীৰ জিম্মাত

তিনিচুকীয়া: আলফা (স্বাধীন) ৰ মহিলা কেডাৰ পূৰ্ণিমা বৰা ওৰফে মিতু অসমক গ্ৰেপ্তাৰ।উল্লেখ্য যে ২੦੦২ ইং চনতে সংগঠনটােত যোগদান কৰিছিল পূৰ্ণিমাই ৷ তিনিচুকীয়া আৰক্ষী আৰু অসম ৰাইফলছে চলোৱা যুটীয়া অভিযানত আটক হয় মহিলা কেডাৰগৰাকী।তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চল জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চল পৰা এগৰাকী আলফা(স্বাধীন)ৰ মহিলা কেডাৰ আটক কৰে অভিযানকাৰীৰ দলে। অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰত পূৰ্ণিমা বৰা ওৰফে […]