Posted inঅসম

তিনিচুকীয়াত বৌদ্ধ ভিক্ষুৰূপী সন্দেহজনক বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

তিনিচুকীয়া: তিনিচুকীয়াত বৌদ্ধ ভিক্ষুৰ ৰূপত থকা এজন সন্দেহজনক বাংলাদেশীক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সন্দেহজনক বাংলাদেশীৰে তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অঞ্চল ভৰি পৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে তিনিচুকীয়া নগৰত আজি ভিক্ষুৰ বেশত থকা বাংলাদেশীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে বহুদিনৰ পৰা ভিক্ষুজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছিল৷ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে […]