Posted inঅসম, উত্তৰ-পূৱ, মুখ্যপৃষ্ঠা

তিনিচুকীয়া-নতুন দিল্লী পথত বন্দে ভাৰত ৰে’লৰ দাবী কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ

বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৪০০ খন ৰেল নিৰ্মাণ কৰা কথা ঘোষণা কৰিছিল, সেই ঘোষণাক বিবেচনা কৰি কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে সংযোগ তৰাম্বিত কৰিবলৈ উজনি অসমৰ তিনিচুকীয়াৰ পৰা নতুন দিল্লীলৈ বন্দে ভাৰত ৰে’ল সেৱা আৰম্ভ কৰাৰ দাবী জনাইছে, আৰু ৰেল সেৱা প্ৰৱৰ্তন কৰিবলৈ ৰেলমন্ত্ৰীক আহবান জনাইছে। নগাঁৱৰ সাংসদ বৰদলৈয়ে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ […]