Posted inNews

হৃদয়বিদাৰক ঘটনা! ছাত্ৰৰ মৃতদেহ দেখি ঠাইতে প্ৰাণ ত্যাগ হোষ্টেল ৱাৰ্ডেনৰ

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এজন ছাত্ৰৰ বাবে বহুত মৰম, আন্তৰিকতা থাকে এজন হোষ্টেল ৱাৰ্ডেনৰ। সকলোৱে হোষ্টেলক দ্বিতীয়খন ঘৰ বুলিও কয় লগতে অভিভাৱকৰ দৰে হৈ পৰে হোষ্টেলৰ ৱাৰ্ডেনজন। প্ৰাপ্ত বাতৰি অনুসৰি,  হোষ্টেলৰ ভিতৰত এজন ছাত্ৰই আত্মহত্যা কৰাৰ কথা গম পাই শোকস্তব্ধ হৈ মৃত্যুক সাৱটিলে হোষ্টেল ৱাৰ্ডেনেও। তিৰুপতিৰ গুডৰুৰ এখন ব্যক্তিগত আভিযান্ত্ৰিক […]