Posted inNews

তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন

নিউজ ডেস্ক: ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত কাম কৰা বাণিজ্য, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (DPIIT) তেজপুৰ বিশ্ববিদ্যালয়ত বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থা (WIPO) সমৰ্থিত প্ৰযুক্তি উদ্ভাৱন আৰু সহায়ক কেন্দ্ৰ (TISC) স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰিছে। দেশৰ খুব কম সংখ্যক প্ৰতিষ্ঠানে এই বিশেষ সন্মান লাভ কৰিছে যি ভাৰত চৰকাৰৰ উদ্যোগ সম্প্ৰসাৰণ আৰু আভ্যন্তৰীণ […]