তিতাবৰ: এবছৰ উকলি গ’ল। মোৰ ল’ৰাটোৰ হত্যাকাৰী চিনাক্ত কৰিম বুলি মন্ত্ৰী-বিষয়াই কথা দিও কথা নাৰাখিলে। ললিত গগৈ আহিছিলে। মোক কথা দিছিলে সোনকালে তদন্ত কৰি কোনে হত্যা কৰিছিলে খবৰ বুলি কৈ গুচি গ’ল। তাৰপাচত আৰু ললিত গগৈয়ে একো খবৰ নিদিলে – এই কথা কেইষাৰে আছিল এগৰাকী পুত্ৰহীনা দুৰ্ভগীয়া মাতৃৰ শেষকথা। বিগত এটা বছৰ ধৰি নিজ পুত্ৰৰ […]