Posted inঅসম

তিতাবৰত গঁড়ৰ খৰ্গসহ আটক দুজন

তিতাবৰঃ তিতাবৰৰ চুঙিত গঁড়ৰ খৰ্গ উদ্ধাৰ। তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকা আৰু তিতাবৰ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কলিয়াপট্টি কাকোডোঙা অঞ্চলত অভিযান চলাই এটা গঁড় খৰ্গসহ দুই সৰবৰাহকাৰীক আটক কৰিছে। আটকাধীন লোক দুজন গোলাঘাটৰ ৰাজেন বাউৰী(৫৫) আৰু আজিজুল ৰহমান(৫২)। চোৰাং ব্যৱসায়ী কেইজনে খৰ্গটো এজন ব্যক্তিক বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক […]