Posted inঅসম

‘গগৈ’ টুইটৰ বাবে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰৰ বিৰুদ্ধে শিৱসাগৰত এজাহাৰ

নিউজ ডেস্ক: গগৈ উপাধিক সাঙুৰি প্ৰদান কৰা এটা টুইটৰ বাবে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাৰ বিৰুদ্ধে শিৱসাগৰত এখন এজাহাৰ দাখিল কৰা হৈছে। প্ৰাপ্ত তথ্য মতে জাতীয় সংগ্ৰামী সেনা নামৰ এটা স্থানীয় সংগঠনে মৈত্ৰই নিজৰ টুইটৰ জৰিয়তে সমগ্ৰ অসমীয়া সমাজক অপমান কৰা বুলি অভিযোগ কৰি আৰক্ষীৰ ওচৰত এখন লিখিত এজাহাৰ দাখিল কৰাৰ লগতে সাংসদ গৰাকীক বিনাচৰ্তে […]