নিউজ ডেস্কঃ মেঘালয়ৰ বিধানসভাৰ মুঠ ৬০ খন আসনত কোনো দলে নাপালে সংখ্যাগিষ্ঠতা। দল সমূহৰ ভিতৰত কনৰাড চাংমাৰ এনপিপি দলে ২৭ খন আসন লাভ কৰি সবাতোটকৈ বেছি আসন লাভ কৰিছে। অকলেই যুঁজ দিয়া বিজেপিয়ে মাত্ৰ ২ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়। ইফালে, কংগ্ৰেছে ৫খন, তৃণমূল কংগ্ৰেছে ৫খন আৰু অন্যান্যই লাভ কৰে ২০খন আসন। অন্যান্যৰ ২০ […]