ধেমাজিঃ অসমৰ অন্যতম জনগোষ্ঠীয় ভূমি পুত্ৰ মিচিং সকলৰ মেৰুদন্দ স্বৰূপ Takam mising porin kebang ৰ আজি ৫০ তম প্ৰতিষ্ঠা দিৱস। শদিয়াৰ পৰা বুৰৈ বুৰলি লৈ মিচিং অধ্যোষিত প্ৰতিখন গাঁৱৰ লগতে ধেমাজিৰ প্ৰত্যেকখন TMPK আঞ্চলিক সমিতিৰ অধীনৰ প্ৰতিখন গাঁও, TMPK ধেমাজি নগৰ সমিতিয়ে অনুস্থুপীয়াকৈ সুচাৰুৰূপে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰে। লগতে পঢ়কঃঅসম মেঘালয় সীমান্তৰ দীঘলবিলত মহিলাক ধৰ্ষণ […]