Posted inস্বাস্থ্য

আজি বিশ্ব ধঁপাত বিৰোধী দিৱস; চিগাৰেট এৰিব খুজিছে? জানক ৬টা টিপ্ছ  

নিউজ ডেস্ক: আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাত ব্যৱহাৰৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৩১ মে’ৰ দিনটোক ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। উল্লেখযোগ্য যে ধঁপাত ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। ই বৰ্তমান আমাৰ সমাজৰ সকলো স্তৰতে শিপাই পৰিছে।   এবাৰ ধঁপাতৰ ব্যৱহাৰ বা ধঁপাত সেৱনৰ […]