Posted inক্ৰীড়া

টকিঅ’ অলিম্পিকত লাভলীনাই পিন্ধা গ্লোভছযোৰ ১.৯২ কোটি টকাত নিলাম

নিউজ ডেস্কঃ টকিঅ’ অলিম্পিকত বক্সাৰ লাভলীনা বৰগোহাঁইয়ে পৰিধান কৰা হেণ্ড গ্লোভছযোৰ নিলাম হ’ল ১.৯২ কোটি টকাত। অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লোভছযোৰ। আনহাতে, স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ জেভলিন নিলাম হ’ল ১.৫৫ কোটি টকাত। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৭১ সংখ্যক জন্ম দিনাৰ দিনা  এই উপহাৰসমূহৰ নিলাম কাৰ্যৰ বাবে তেওঁ আয়োজন কৰে ই- অকশ্যনৰ। […]