Posted inঅসম

সামৰণি পৰিল টকিঅ’ অলিম্পিক ২০২০ : ৭ টা পদকেৰে ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন

নিউজ ডেস্ক : সামৰণি পৰিল ক্ৰীড়াৰ মহাৰণ টকিঅ’ অলিম্পিক ২০২০। ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱৰ আজি আবেলি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ পেৰেডত মল্লযোদ্ধা বজৰং পুনিয়াই ভাৰতক নেতৃত্ব দিয়ে। উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিক অসমবাসীৰ বাবে বিশেষভাৱে স্মৰণীয় হৈ ৰ’ব। ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লাভলীনা বৰোগাহাঁইৰ জৰিয়তে অসমে পদক জয় কৰিবলৈ […]