Posted inNews

ডাইমণ্ড লীগ ট্ৰফী বিজয়ী প্ৰথমজন ভাৰতীয় খেলুৱৈ নীৰজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত পুনৰ জিলিকিল অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা। ঐতিহাসিক ডাইমণ্ড লীগ ট্ৰফী দখল কৰি নতুন অভিলেখ গঢ়িলে নীৰজ চোপ্ৰাই।