Posted inদেশ-বিদেশ

টকিঅ’ পেৰালিম্পিত দেশলৈ স্বৰ্ণ কঢ়িয়াই আনিলে শ্বাটলাৰ প্ৰমোদ ভগতে

নিউজ ডেস্ক : টকিঅ’ পেৰালিম্পিত ভাৰতে অৰ্জন কৰিলে আন এটা স্বৰ্ণ। শনিবাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ভাৰতৰ প্ৰমোদ ভগতে স্বৰ্ণ অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে। ইয়াৰ ফলত ভাৰতৰ পদকৰ সংখ্যা ১৬ টালৈ বৃদ্ধি পায়, ইয়াৰে ভিতৰত ৪ টা সোণৰ পদক আছে। উল্লেখযোগ্য যে প্ৰমোদ ভগতৰ জৰিয়তে ভাৰতে পেৰালিম্পিকৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ অৰ্জন কৰিবলৈ হ’ল। আজিৰ […]