নিউজ ডেস্ক : মেজৰ ধ্যান চাণ্ড খেল ৰত্ন বঁটাৰ বাবে মনোনীত হৈছে অসমৰ লাভলীনা বৰগোঁহাই। লাভলীনাই এইবৰ্ষৰ খেল ৰত্ন বঁটাৰ মনোনয়ন লাভ কৰা ১১ গৰাকী খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰ বাবে মনোনয়ন লাভ কৰা গোলাঘাটৰ লাভলীনা বৰগোঁহাই হৈছে অসমৰ প্ৰথম গৰাকী খেলুৱৈ। লাভলীনাৰ উপৰি খেল ৰত্ন […]