কমাৰগাঁও, চন্দন বৰা : গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত সেন্দুৰীটিঙত যোৱা নিশা গুৱাহাটীৰ পৰা মৰিয়নিলৈ যোৱা এখন যাত্ৰীবাহী ট্ৰেইনৰ খুন্দাত এজন লোকে মৃত্যুক সাবটি লয়। জানিব পৰা মতে খুমটাইৰ সেন্দুৰীটিঙৰ লেঙেৰা ভূমিজ নামৰ লোকজনে বজাৰ কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰেইনৰ খুন্দাত চাইকেলৰ সৈতে উফৰি পৰে লোকজনৰ মৃতদেহ আজি পুৱা […]
Tag: Train Accident
Posted inঅসম