Posted inদেশ-বিদেশ

এতিয়াৰে পৰা ৰেলত চাৰ্জ দিব নোৱাৰিব ম’বাইল ফোন,লেপটপ

নিউজ ডেস্কঃ আপুনি দীৰ্ঘসময়ৰ বাবে ৰেল ভ্ৰমণলৈ যাবলৈ ওলাইছে আপোনাৰ ম’বাইল ফোনটোতো চাৰ্জ কমি আহিছে, ৰেলত উঠিয়েই ফোনটো চাৰ্জ কৰি ল’ম বুলি ভাবে নেকি ? তেনেকৈ যদি ভাবে তেনেহ’লে এতিয়াৰ পৰা অলপ সাৱধান হওঁক। কাৰণ এতিয়াৰে পৰা ৰেলত চাৰ্জ দিব নোৱাৰিব কোনোধৰণৰ বৈদ্যুতিক আহিলা। ৰে’লত প্ৰায়ে জুইৰ সূত্ৰপাত হোৱা দেখা যায় আৰু ইয়াৰ প্ৰধান কাৰণ […]