নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিৰ বিৰুদ্ধে অব্যাহত হিংসাত্মক প্ৰতিবাদ আৰু অসমৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব ৰে’লৱেই সোমবাৰে প্ৰায় ২৬খন ট্ৰেইনৰ চলাচল বাতিল কৰে। ইয়াৰ উপৰি বহু কেইখন ট্ৰেইনৰ সময়সূচী তথা পথৰ সালসলনি ঘটোৱা হৈছে, এন এফ ৰে’লৱেৰ এক বিভাগীয় বিজ্ঞপ্তিত জনোৱা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া সব্যসাচী দেয়ে জনোৱা […]