Posted inক্ৰীড়া

টকিঅ’ অলিম্পিকত নতুন ইতিহাস ৰচনা কৰিব নিউজিলেন্ডৰ ল’ৰেল হাবাৰ্ডে

টকিঅ’ অলিম্পিক হ’ব নে নহব এতিয়াও অনিশ্চয়তাত তাৰ মাজতে এই অলিম্পিকত এক নতুন অভিলেখ ৰচনাৰ বাবে সাজু হৈছে নিউজিলেন্ডৰ ভাৰত্তোলক ল’ৰেল হাবাৰ্ড । তেও হ’ল অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী তৃতীয় লিংগৰ এথলীট । পুৰুষ হিচাপেও প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা হাবাৰ্ডে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে বিচৰা টেষ্ট’টেৰিয়ন স্তৰৰ পৰীক্ষাৰ ফলাফল প্ৰদৰ্শনৰ পাছত এগৰাকী মহিলা হিচাপে ভাৰোত্তলন […]