Posted inNews

প্ৰথমবাৰৰ বাবে তৃতীয়লিংগৰ দম্পত্তিয়ে জন্ম দিলে সন্তান

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে চিকিৎসা বিজ্ঞানতো যেন সকলো সম্ভৱ হৈ উঠিছে। কেৰালাৰ এগৰাকী তৃতীয়লিংগৰ যুৱকে এটি সন্তান জন্ম দিয়াৰ দৰে এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে। এইটো ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ দম্পতী, যিয়ে সন্তান জন্ম দিছে। আনহাতে এই দম্পতীহালে নিজে বুধবাৰে সকলোকে পিতৃ-মাতৃ হোৱাৰ কথা ঘোষণা কৰে। জানিব পৰা মতে, ট্ৰে ন্সজেণ্ডাৰ দম্পতীহাল হৈছে কেৰালাৰ […]