গুৱাহাটী : ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ৰাজ্যত এটাও পথ-দুৰ্ঘটনা সংঘটিত নোহোৱাৰ লগতে এজন লোকেও যাতে অকালতে প্ৰাণ হেৰুৱাবলগীয়া নহয় সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা কঠোৰ স্থিতি আৰু এইক্ষেত্ৰত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে যোৱা দিনবোৰত জনসচেতনতা অভিযান তীব্ৰতৰ কৰি তোলে। এই অভিযানৰে অংশ হিচাপে আজি মহানগৰীৰ […]