Posted inদেশ-বিদেশ

ফলাফলৰ ২৪ ঘণ্টাৰ ভিতৰতে পশ্চিমবংগত ভয়ংকৰ হিংসা; ১২ জনৰ মৃত্যু

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ১২ জনকৈ লোকে নিৰ্বাচনোত্তৰ হিংসাত প্ৰাণ হেৰোৱাব ল’গা হৈছে। মমতা বেনাৰ্জীয়ে ইয়াৰ বাবে বিজেপিক জগৰীয়া কৰাৰ লগতে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। কাইলৈ (বুধবাৰ) তেওঁ পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ইপিনে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ‘আইন-শৃঙ্খলা’ পৰিস্থিতিক লৈ ‘গভীৰ দুখ আৰু উদ্বেগ’ […]