জুৰীয়াঃ চৰকাৰে আইন প্রণয়ন কৰি তিনি তালাক নিষিদ্ধ কৰাৰ পিছতো দেশত চলি আছে তিনি তালাক। এইবাৰ পত্নীয়ে ম’বাইল যোগে স্বামীক দিলে তিনি তালাক। জুৰীয়াৰ পৰমাইভেটী গাঁৱৰ মাহমুদা বেগম নামৰ এগৰাকী মহিলাই স্বামী ইনামুল হকক তালাক দি অন্য পুৰুষৰ সৈতে পলাই যায়।লগতে পঢ়কঃচেলুনত চুলি কাটিবলৈ যোৱা যুৱতীক শ্লীলতা হানিৰ অভিযোগত আটক যুৱক ঘটনা সন্দৰ্ভত স্বামী ইনামুল […]