নিউজ ডেস্ক: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নি সংযোগ। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰয়াত পিতৃ হিৰুধন দেৱৰ বাৰ্ষিক আদ্যশ্ৰাদ্ধৰ এদিন পূৰ্বে বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই। কেৱল ইয়াতেই ক্ষান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে শ্ৰাদ্ধৰ বাবে নিমন্ত্ৰণ জনোৱা পুৰোহিত সকলকো শাৰীৰিকভাৱে প্ৰহাৰ কৰে। নিৰীহ পুৰোহিত সকলে সমগ্ৰ ঘটনাৰাজিত অপ্ৰস্তুত হৈ পৰে যদিও পৰৱৰ্তী সময়ত উক্ত স্থানৰ […]